কথা: জুবিন সুৰ: জুবিন কন্ঠ: জুবিন (Zubeen all time Hit Lyrics )
কথা: জুবিন
সুৰ: জুবিন
কন্ঠ: জুবিন
সুৰ: জুবিন
কন্ঠ: জুবিন
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাহিঁৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি পাখি মেলি যা উৰি
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাহিঁৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি পাখি মেলি যা উৰি
দোকমোকালি মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এছাৰি
খিৰিকি ফাকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি মৰমৰ বুলনি
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
ইংৰাজী অংক তপিনাত এছাৰি
খিৰিকি ফাকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি মৰমৰ বুলনি
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
জোনমণি ৰুণজুন
তেতিয়া চকুত জোন
নিভাজ আৱেগত টোপাটোপে সৰা সোণ
সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি নিজকে বিচাৰে কোন
ৰঙা-নীল চিলা উৰি উৰি মৰে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাহিঁৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি পাখি মেলি যা উৰি
তেতিয়া চকুত জোন
নিভাজ আৱেগত টোপাটোপে সৰা সোণ
সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি নিজকে বিচাৰে কোন
ৰঙা-নীল চিলা উৰি উৰি মৰে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাহিঁৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি পাখি মেলি যা উৰি
কথা: জুবিন
সুৰ: জুবিন
কন্ঠ: জুবিন
সুৰ: জুবিন
কন্ঠ: জুবিন
গুপুতে গুপুতে অকলে এৰি থৈ
ক’তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্রু বাগৰে
এতিয়া নীৰৱ নৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল’লা সাৱটি
চকু মেলা সাৰ পোৱা
মোলে’ চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে’ চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
ক’তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্রু বাগৰে
এতিয়া নীৰৱ নৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল’লা সাৱটি
চকু মেলা সাৰ পোৱা
মোলে’ চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে’ চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চেঁচা চেঁচা আঙুলি
এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ
শুই থকা জননী
চেঁচা চেঁচা আঙুলি
এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ
শুই থকা জননী
নতুন ফাগুন মোৰ
হেৰোৱা সপোন মোৰ
তোমাৰেই পাৰিজাত
তোমাকে সামৰি
তোমাৰেই পাৰিজাত
তোমাকে সামৰি
এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ
শুই থকা জননী
চেঁচা চেঁচা আঙুলি
এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ
শুই থকা জননী
নতুন ফাগুন মোৰ
হেৰোৱা সপোন মোৰ
তোমাৰেই পাৰিজাত
তোমাকে সামৰি
তোমাৰেই পাৰিজাত
তোমাকে সামৰি
আজিও শিশু মই
গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
আজিও শিশু মই
গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নেচালা মোলে’ নিদিলা সহাৰি
নেচালা মোলে’ নিদিলা সহাৰি
গুপুতে গুপুতে অকলে এৰি থৈ
ক’তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্রু বাগৰে
এতিয়া নীৰৱ নৈ তুমি
জলি জলি জীৱনত
পুৰি পুৰি সপোনত
এতিয়া এন্ধাৰকে ল’লা সাৱতি
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
উঠা জাগা সাৰ পোৱা
কথা কোৱা
আকৌ এবাৰ মাত দিয়া
মোক চোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
মোক চোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
আজিও শিশু মই
গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নেচালা মোলে’ নিদিলা সহাৰি
নেচালা মোলে’ নিদিলা সহাৰি
গুপুতে গুপুতে অকলে এৰি থৈ
ক’তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্রু বাগৰে
এতিয়া নীৰৱ নৈ তুমি
জলি জলি জীৱনত
পুৰি পুৰি সপোনত
এতিয়া এন্ধাৰকে ল’লা সাৱতি
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
উঠা জাগা সাৰ পোৱা
কথা কোৱা
আকৌ এবাৰ মাত দিয়া
মোক চোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
মোক চোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
আকৌ এবাৰ কথা কোৱা
মোৰ হোৱা
চকু মেলা সাৰ পোৱা
মোলে চোৱা
কথা:
সুৰ:
কন্ঠ: জুবিন
সুৰ:
কন্ঠ: জুবিন
ইমান মৰম
ইমান মৰম কোনেনো দিব
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম
ইমান মৰম কোনেনো দিব
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম
দূৰণিৰ পৰাই ৰ’ লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
দূৰণিৰ পৰাই ৰ’ লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
কিনো ক’ম মই কোৱা
সুধিলে আনে
ভাল পোৱানে নোপোৱা
ভাল পোৱানে নোপোৱা
ইমান মৰম
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
দূৰণিৰ পৰাই ৰ’ লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
কিনো ক’ম মই কোৱা
সুধিলে আনে
ভাল পোৱানে নোপোৱা
ভাল পোৱানে নোপোৱা
ইমান মৰম
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
অনুভৱ মোৰ আজি
তোমাকে পোৱা
চিৰদিন কাষতে
চিৰদিন কাষতে
ইমান মৰম
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
অনুভৱ মোৰ আজি
তোমাকে পোৱা
চিৰদিন কাষতে
চিৰদিন কাষতে
ইমান মৰম
ইমান মৰম কোনেনো দিব
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম
Moja
ReplyDelete