কামাখ্যাত বলি-বিধানৰ বিৰোধিতা কৰি একাংশৰ তীব্ৰ ৰোষৰ বলি হৈছে জুবিন গাৰ্গ।

এইবাৰ কামাখ্যাত জুবিনৰ বিতৰ্কিত মন্তব্য। ‘কামাখ্যাই নিবিচাৰে বলি বিধান, ম’হ বলি দিয়াতকৈ নিজক বলি দিব লাগিছিল গোবিন্দাই।’– কামাখ্যাত বলি-বিধানৰ বিৰোধিতা কৰি একাংশৰ তীব্ৰ ৰোষৰ বলি হৈছে জুবিন গাৰ্গ। ক্ষমা নুখুজিলে শক্তিপীঠত জুবিনৰ প্ৰৱেশ নিষিদ্ধ। কামাখ্যাৰ বিহুমঞ্চত নিশা সংগীতানুষ্ঠানত অংশ লৈ জুবিনে পোনপটীয়াকৈ বিৰোধ কৰিলে বলি-বিধানৰ। যুক্তি সহকাৰে বলি-বিধানৰ বিৰোধিতা কৰি এই পৰম্পৰা বন্ধ কৰিবলৈ হাতযোৰ কৰি আহ্বান জনায় জুবিনে।

Comments

Popular posts from this blog

কথা: জুবিন সুৰ: জুবিন কন্ঠ: জুবিন (Zubeen all time Hit Lyrics )