Posts

The official website to HS result 2018- ahsec.nic.in,

The official website to HS result 2018-   ahsec.nic.in , Few website I recommned- www.indiaresults.com, www.results.shiksha. some other websites to Check Class 12 or HS Final result 2018: www.school.gradeup.co, www.examresults.net, www.jagranjosh.com, www.results.amarujala.com www.assamonline.in, www.iresults.net, www.exametc.com, www.examresults.net/assam/, www.knowyourresult.com, www.timesofindia.com, www.schools9.com, www.assam.shiksha, www.assamjobalerts.com, www.yesresult.com. Hit the bell icon to get a notification on the latest updates, Also, subscribe our website ( if you have not registered yet)  and allow to receive a wealth of information by clicking  ALLOW  to the bell icon.

কামাখ্যাত বলি-বিধানৰ বিৰোধিতা কৰি একাংশৰ তীব্ৰ ৰোষৰ বলি হৈছে জুবিন গাৰ্গ।

এইবাৰ কামাখ্যাত জুবিনৰ বিতৰ্কিত মন্তব্য। ‘কামাখ্যাই নিবিচাৰে বলি বিধান, ম’হ বলি দিয়াতকৈ নিজক বলি দিব লাগিছিল গোবিন্দাই।’– কামাখ্যাত বলি-বিধানৰ বিৰোধিতা কৰি একাংশৰ তীব্ৰ ৰোষৰ বলি হৈছে জুবিন গাৰ্গ। ক্ষমা নুখুজিলে শক্তিপীঠত জুবিনৰ প্ৰৱেশ নিষিদ্ধ। কামাখ্যাৰ বিহুমঞ্চত নিশা সংগীতানুষ্ঠানত অংশ লৈ জুবিনে পোনপটীয়াকৈ বিৰোধ কৰিলে বলি-বিধানৰ। যুক্তি সহকাৰে বলি-বিধানৰ বিৰোধিতা কৰি এই পৰম্পৰা বন্ধ কৰিবলৈ হাতযোৰ কৰি আহ্বান জনায় জুবিনে।

কথা: জুবিন সুৰ: জুবিন কন্ঠ: জুবিন (Zubeen all time Hit Lyrics )

কথা: জুবিন সুৰ: জুবিন কন্ঠ: জুবিন পাখি পাখি এই মন পাখিলগা মোৰ মন পাখি মেলি যা উৰি উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম এৰি অহা পদূলিত বুটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাহিঁৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজী অংক তপিনাত এছাৰি খিৰিকি ফাকেৰে মুকুতিৰ আবেলি ঘৰলৈ উভতি খেলা মৰা-মৰি দেউতাৰ ৰঙা চকু একেকোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন পাখিলগা মোৰ মন পাখি মেলি যা উৰি উৰি পাখি মেলি যা উৰি জোনমণি ৰুণজুন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপাটোপে সৰা সোণ সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন খেলা লুকা-চুৰি নিজকে বিচাৰে কোন ৰঙা-নীল চিলা উৰি উৰি মৰে খেলা এতিয়া কবিতা গানৰে শলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখি এই মন পাখিলগা মোৰ মন পাখি মেলি যা উৰি উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম এৰি অহা পদূলিত বুটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাহিঁৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যা উৰি কথা: জুবিন সুৰ: জুবিন কন্ঠ: জুবিন গুপুতে গুপুতে অকলে এৰি থৈ...

Zubeen Da Photo

Image

জুবিন গাৰ্গ

জুবিন গাৰ্গ জুবিন গাৰ্গ  ( ইংৰাজী :  Zubeen Garg )  অসম ৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। [3]   অসমীয়া ,বড়ো, বাংলা ,  হিন্দী ,  তামিল ,  তেলেগু ,  কন্নড় ,  মালায়ম ,  মাৰাঠী ,  উৰিয়া  আৰু  ইংৰাজী  আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে। [4] ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম  অনামিকা  মুক্তি পায়। [5] ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। [4]  জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ। [4] বাংলা চিনেমা  শুধু তুমি ৰ কাৰণে জুবিনে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। [4]  হিন্দীৰ  য়া আলি  গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি  Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লা...

জুবিন গাৰ্গক বৃক্ষ উপহাৰ

প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক বৃক্ষ উপহাৰ চেপনবাসীৰ। চেপনত সোমবাৰে নিশা বিহুমঞ্চত গীত পৰিৱেশনৰ সময়তে মৃদুল ফুকন নামৰ এজন লোকে চেপনবাসীৰ হৈ উপহাৰ দিলে এজোপা প্ৰকাণ্ড গছ।